Sri Sankardeva Nethralaya Recruitment 2026: গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত বিভিন্ন পদৰ নিযুক্তি; কেনেকৈ আবেদন কৰিব জানক!
অসম বাতৰি (গুৱাহাটী): গুৱাহাটীৰ বশিষ্ঠ ৰোডত অৱস্থিত অগ্ৰণী চকু চিকিৎসালয় শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হোৱা কেইবাটাও পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই নিযুক্তিৰ অধীনত চুক্তিভিত্তিক আৰু এপ্ৰেন্টিছ (Apprentice) হিচাপে নিযুক্তি দিয়া হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে অহা ২৮ ফেব্ৰুৱাৰী ২০২৬-ৰ ভিতৰত ইমেইল বা ডাকযোগে আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Details Table) পদৰ নাম (Post) মুঠ পদ … Read more