Assam Rifles High School Lokra Recruitment 2026: লোক্ৰা অসম ৰাইফলছ স্কুলত শিক্ষকৰ নিযুক্তি; কেনেকৈ আবেদন কৰিব আৰু সাক্ষাৎকাৰৰ সম্পূৰ্ণ গাইড!

অসম কেৰিয়াৰ (শোণিতপুৰ): শোণিতপুৰ জিলাৰ এক ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ সামৰিক ঘাটি লোক্ৰাত অৱস্থিত অসম ৰাইফলছ হাই স্কুলে (Assam Rifles High School, Lokra) ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে বিভিন্ন শিক্ষকৰ পদত নিযুক্তিৰ এক জাননী জাৰি কৰিছে। এই নিযুক্তিৰ জৰিয়তে বিদ্যালয়খনত খালী হৈ থকা ঠিকাভিত্তিক (Contractual) শিক্ষকৰ পদসমূহ পূৰণ কৰা হ’ব। পৰিপাটী কৰ্ম-সংস্কৃতি আৰু সুশৃংখলিত পৰিৱেশৰ বাবে পৰিচিত …

Read more