DCPU Charaideo Recruitment 2026: চৰাইদেউ জিলা শিশু সুৰক্ষা গোটত ডাটা এন্ট্ৰি অপাৰেটৰৰ নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব।
অসম বাতৰি (কেৰিয়াৰ): চৰাইদেউ জিলাৰ জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ে (DCPU) ইয়াৰ অধীনস্থ CWC আৰু JJB কাৰ্যালয়ৰ বাবে ০৩ টা সহকাৰী তথা ডাটা এন্ট্ৰি অপাৰেটৰ (Data Entry Operator) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি সম্পূৰ্ণ দৈনিক মজুৰিৰ (Daily Wage) ভিত্তিত হ’ব। নিযুক্তিৰ মৌলিক তথ্য (Basic Job Overview) বিষয় সবিশেষ তথ্য প্ৰতিষ্ঠানৰ নাম … Read more