CIPET Guwahati Recruitment 2026: চাংসাৰি চিবেট (CIPET)-ত লেকচাৰাৰ আৰু ইনষ্ট্ৰাক্টৰৰ নিযুক্তি; অনলাইন আবেদনৰ লিংক মুকলি!
অসম কেৰিয়াৰ (গুৱাহাটী): ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় প্লাষ্টিক অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (CIPET:CSTS), গুৱাহাটীয়ে বিভিন্ন চুক্তিবদ্ধ পদত নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। চাংসাৰিত অৱস্থিত এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানখনত কাম কৰিবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলৰ পৰা অনলাইন আবেদন আহ্বান কৰা হৈছে। ১/ খালী পদৰ সবিশেষ (Job Vacancy Details) চিবেট গুৱাহাটীত বৰ্তমান নিম্নলিখিত পদসমূহৰ … Read more