Shiksha Valley School Dibrugarh Recruitment 2026: শিক্ষা ভেলী স্কুলত শিক্ষক আৰু হোষ্টেল ৱাৰ্ডেনৰ নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব।

Shiksha Valley School Dibrugarh Recruitment 2026 Notification for TGT Maths Hindi and Warden

​অসম বাতৰি (কেৰিয়াৰ): ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী চিবিএছই (CBSE) স্কুল শিক্ষা ভেলী স্কুলে (Shiksha Valley School) ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষক আৰু অনা-শিক্ষক পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। স্কুলখনৰ উন্নত শৈক্ষিক পৰিৱেশত কাম কৰিবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে। ​পদ আৰু প্ৰয়োজনীয় অৰ্হতা (Vacancy Details) পদৰ নাম প্ৰয়োজনীয় অৰ্হতা আৰু অভিজ্ঞতা … Read more