মেট্ৰিক পৰীক্ষাত OMR শ্বিট কেনেকৈ পূৰণ কৰিব? চিৰিয়াছ ছাত্ৰ-ছাত্ৰীসকলে এই ৫ টা কথা জানি থোৱা ভাল।
অসম বাতৰি (শিক্ষা): মেট্ৰিক পৰীক্ষা ২০২৬-ত এইবাৰো ৫০ শতাংশ প্ৰশ্ন অবজেক্টিভ টাইপৰ হ’ব, যাৰ উত্তৰ পৰীক্ষাৰ্থীসকলে OMR শ্বিটত দিব লাগিব। বহু সময়ত দেখা যায় যে ভালদৰে পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়েও OMR শ্বিট পূৰণ কৰোঁতে সৰু ভুল কৰাৰ বাবে তেওঁলোকৰ উত্তৰ বহী বাতিল হৈ যায়। আপোনাৰ লগত যাতে এনে নহয়, তাৰ বাবে SEBA-ৰ শেহতীয়া নিৰ্দেশনা অনুসৰি তলৰ … Read more