ASSEB Holi Holiday Correction 2026: অসমত ফাকুৱাৰ বন্ধৰ দিন সলনি; ৪ মাৰ্চৰ পৰিৱৰ্তে ৩ মাৰ্চতহে হ’ব ছুটি!

​অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডৰ (ASSEB, Division-I) তৰফৰ পৰা এক জৰুৰী জাননী প্ৰকাশ কৰি চলিত ২০২৫-২৬ বৰ্ষৰ শৈক্ষিক কেলেণ্ডাৰত থকা ফাকুৱাৰ বন্ধৰ দিনটো সংশোধন কৰা হৈছে। পূৰ্বে নিৰ্ধাৰিত দিনটোৰ পৰিৱৰ্তে এতিয়া নতুন দিনতহে ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ থাকিব। ​বন্ধৰ দিনৰ সংশোধন (The Correction) ​অসম চৰকাৰৰ বন্ধৰ তালিকাৰ (Govt Holiday List) সৈতে সংগতি ৰাখি … Read more