Assam Education Big Update: ৬ষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ বাধ্যতামূলক হ’ল অসমৰ বুৰঞ্জী আৰু ভূগোল; শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা!

​অসমৰ বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। অহা ২০২৬ বৰ্ষৰ শৈক্ষিক অধিবেশনৰ পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমৰ বুৰঞ্জী (History of Assam) আৰু অসমৰ ভূগোল (Geography of Assam) বিষয়টো বাধ্যতামূলক (Compulsory) কৰা হৈছে। এই সন্দৰ্ভত যোৱা ১৫ মাৰ্চ ২০২৬ তাৰিখে চৰকাৰে আনুষ্ঠানিক … Read more