Salt Brook Academy Dibrugarh Recruitment 2026: ডিব্ৰুগড় চল্ট ব্ৰুক একাডেমীত বাণিজ্য শাখাৰ শিক্ষকৰ পদ খালী; অহা ২৪ মাৰ্চত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ!

Salt Brook Academy Dibrugarh Recruitment 2026

অসম কেৰিয়াৰ (ডিব্ৰুগড়): ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত অগ্ৰণী শিক্ষানুষ্ঠান চল্ট ব্ৰুক একাডেমী (Salt Brook Academy)-এ বাণিজ্য শাখাৰ (Commerce) বাবে বিষয় শিক্ষক (Subject Teacher) নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ কৰিছে। অৰ্হতাসম্পন্ন আৰু আগ্ৰহী প্ৰাৰ্থীসকলক পোনপটীয়াকৈ ‘ৱাক-ইন সাক্ষাৎকাৰ’ৰ (Walk-in Interview) বাবে আমন্ত্ৰণ জনোৱা হৈছে। পদৰ চমু খতিয়ান (Job Overview) বিৱৰণ (Details) তথ্যাৱলী (Information) প্ৰতিষ্ঠানৰ নাম চল্ট ব্ৰুক একাডেমী (Salt … Read more