Female Receptionist Recruitment 2026: বেংগালুৰুৰ ওচৰত মহিলা ৰিচেপচনিষ্ট আৰু এগজিকিউটিভৰ পদত নিযুক্তি; এতিয়াই আবেদন কৰক!
কেৰিয়াৰ নিউজ: কৰ্ণাটকৰ কুনিগালত (বেংগালুৰুৰ সমীপৱৰ্তী) অৱস্থিত এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে খালী থকা Receptionist / Coordinator / Executive পদৰ বাবে কেৱল মহিলা প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তিৰ বাবে মুঠ ০৩ গৰাকী যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰা হ’ব। পদৰ সবিশেষ (Vacancy Overview) পদৰ নাম মুঠ পদ লিংগ (Gender) কৰ্মস্থান (Location) Receptionist / Coordinator / Executive … Read more