RBI Guwahati Recruitment 2026: ভাৰতীয় ৰিজাৰ্ভ বেংক গুৱাহাটীত ফাৰ্মাচিষ্টৰ নিযুক্তি; প্ৰতি ঘণ্টাত পাব ৪০০ টকা দৰমহা!
অসম বাতৰি (কেৰিয়াৰ): ভাৰতীয় ৰিজাৰ্ভ বেংক, গুৱাহাটীয়ে (RBI) ইয়াৰ পানবজাৰস্থিত মুখ্য কাৰ্যালয় আৰু খ্ৰীষ্টানবস্তিৰ অফিচাৰ কলনীৰ ডিচপেনচাৰীৰ বাবে ঠিকাভিত্তিক পাৰ্ট-টাইম ফাৰ্মাচিষ্ট (Part-time Pharmacist) পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি সম্পূৰ্ণৰূপে ঘণ্টাৰ হিচাপত নিৰ্ধাৰিত দৰমহাৰ ওপৰত আধাৰিত হ’ব। পদৰ সবিশেষ (Vacancy Overview) বিষয় সবিশেষ তথ্য প্ৰতিষ্ঠানৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI), গুৱাহাটী পদৰ নাম … Read more