RBI Assistant Recruitment 2026: ভাৰতীয় ৰিজাৰ্ভ বেংকত ৬৫০ টা এছিষ্টেণ্ট পদৰ নিযুক্তি; মাহিলী দৰমহা ৪৫,০০০ টকাৰো অধিক!
অসম বাতৰি (কেৰিয়াৰ): বেংকিং খণ্ডত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে এটা সুন্দৰ খবৰ! ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-এ বিভিন্ন আঞ্চলিক কাৰ্যালয়ত খালী থকা ৬৫০ টা এছিষ্টেণ্ট (Assistant) পদত নিযুক্তিৰ বাবে অফিচিয়েল বিজ্ঞাপন প্ৰকাশ কৰিছে। ১৬ ফেব্ৰুৱাৰীৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিযুক্তিৰ চমু আভাস (Vacancy Summary) বিভাগ পদৰ নাম মুঠ পদ মাহিলী … Read more