Railway Group-D Recruitment 2026: ভাৰতীয় ৰেলৱেত ২২,১৯৫ টা পদৰ বিশাল নিযুক্তি; অনলাইন আবেদনৰ সবিশেষ তথ্য ইয়াত চাওক!
অসম বাতৰি: ৰেলৱে নিযুক্তি ব’ৰ্ডে (RRB) সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰেলৱে জ’নত খালী থকা ২২,১৯৫ টা Group-D (Level-1) পদৰ বাবে এক কেন্দ্ৰীয় নিয়োগ জাননী (CEN No. 09/2025) জাৰি কৰিছে। এই নিযুক্তিৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ বিভিন্ন বিভাগত ১-ম স্তৰৰ (Level-1) পদসমূহ পূৰণ কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ (Important Dates) ঘটনা (Events) … Read more