অসম আৰক্ষীৰ জেল ৱাৰ্ডাৰ নিযুক্তি ২০২৬: কাৰাগাৰৰ ৰক্ষী পদৰ বাবে অনলাইন আবেদন; কেনেকৈ কৰিব জানক।

Assam Prison Jail Warder Recruitment 2026 Notification PDF

অসম বাতৰি (নিযুক্তি): অসম চৰকাৰৰ কাৰাগাৰ বিভাগৰ অধীনত খালী হৈ থকা জেল ৱাৰ্ডাৰ (Jail Warder) পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডে (SLPRB) এক নতুন বিজ্ঞাপন জাৰি কৰিছে। এই পদৰ বাবে যোগ্য প্ৰাৰ্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। গুৰুত্বপূৰ্ণ বিৱৰণ (Overview) বিষয় বিৱৰণ পদৰ নাম জেল ৱাৰ্ডাৰ (Jail Warder) শিক্ষাগত অৰ্হতা ১০ম শ্ৰেণী উত্তীৰ্ণ (HSLC) আবেদনৰ … Read more