Lakhimpur Medical College Interview Postponed 2026: লখিমপুৰ মেডিকেল কলেজৰ ৫ মাৰ্চৰ ইণ্টাৰভিউ স্থগিত; জানক কিয় ল’লে এই সিদ্ধান্ত!

​অসম বাতৰি (উত্তৰ লখিমপুৰ): লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতাল (LMCH) কৰ্তৃপক্ষই এক জৰুৰী জাননী যোগে জনাইছে যে অহা ৫ মাৰ্চ ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া Walk-In-Interview বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে। ASSIST প্ৰকল্পৰ অধীনত বিভিন্ন পদৰ বাবে এই সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল। ​সাক্ষাৎকাৰ স্থগিত হোৱাৰ কাৰণ (Reason for Postponement) ​প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকৰ কাৰ্যালয়ৰ … Read more