DLSA Karbi Anglong Recruitment 2026: কাৰ্বি আংলং জিলা আইনী সেৱা প্ৰাধিকৰণত ৪১টা পদত নিযুক্তি; কেৱল মেট্ৰিক পাছ হ’লেই হ’ব আবেদন!

DLSA Karbi Anglong Recruitment 2026

অসম কেৰিয়াৰ (ডিফু): কাৰ্বি আংলং জিলাৰ সমাজ সচেতন আৰু শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এক বিশেষ সুযোগ লৈ আহিছে জিলা আইনী সেৱা প্ৰাধিকৰণে। শেহতীয়া এক চৰকাৰী বিজ্ঞাপন (Advertisement No. 01 of 2026) যোগে কাৰ্বি আংলং জিলা আইনী সেৱা প্ৰাধিকৰণে (District Legal Services Authority – DLSA) ৪১টা পেৰা লিগেল ভলণ্টিয়াৰ (Para Legal Volunteer – PLV) পদৰ বাবে যোগ্য … Read more