ডিমা হাচাওৰ বাবে সুখবৰ! ৯৯৭ কোটি টকাৰ মেগা প্ৰকল্পৰে সলনি হ’ব জিলাখনৰ ৫টা মুখ্য পথৰ ৰূপ

নমস্কাৰ বন্ধুসকল! পাহাৰীয়া জিলা ডিমা হাচাওৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ অসম চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ৩ ফেব্ৰুৱাৰী তাৰিখে মাইবাং ডিগ্ৰী কলেজৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৫টা পথ উন্নীতকৰণ পেকেজৰ আধাৰশিলা স্থাপন কৰা হ’ব। প্ৰকল্পটোৰ গুৰুত্ব ‘অসম ডিজাষ্টাৰ ৰেজিলিয়েণ্ট হিলছ ৰোড ডেভেলপমেণ্ট প্ৰজেক্ট‘ৰ অধীনত এই কামসমূহ কৰা হ’ব। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল যে … Read more