Cotton University PhD Admission 2026: কটন বিশ্ববিদ্যালয়ত পিএইচডি নামভৰ্তিৰ জাননী; অহা ২২ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা!

Cotton University PhD Admission 2026

অসম শিক্ষা সংবাদ (গুৱাহাটী): গুৱাহাটীৰ পানবজাৰস্থিত কটন বিশ্ববিদ্যালয়ে ২০২৬-২৭ বৰ্ষৰ পিএইচডি (PhD) পাঠ্যক্ৰমৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা এক জাননী অনুসৰি, এইবাৰ বিভিন্ন বিষয়ত গৱেষণা কৰিবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলে অনলাইন প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। নামভৰ্তিৰ চমু খতিয়ান (Admission Overview) বিৱৰণ (Details) তথ্যাৱলী (Information) বিশ্ববিদ্যালয়ৰ নাম কটন বিশ্ববিদ্যালয় (Cotton University) পাঠ্যক্ৰম … Read more