KV RRL Jorhat Recruitment 2026: যোৰহাট কেন্দ্ৰীয় বিদ্যালয়ত (RRL) শিক্ষক আৰু ক’চৰ নিযুক্তি; পোনপটীয়াকৈ সাক্ষাৎকাৰত অংশ লওক!
অসম কেৰিয়াৰ (যোৰহাট): যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কেন্দ্ৰীয় বিদ্যালয় আৰ.আৰ.এল. (Kendriya Vidyalaya RRL Jorhat)-এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে ঠিকাভিত্তিক (Contractual) শিক্ষক আৰু ক’চ নিযুক্তিৰ এক জাননী প্ৰকাশ কৰিছে। বিভিন্ন বিষয়ৰ PGT, TGT, আৰু PRT পদৰ বাবে যোগ্য প্ৰাৰ্থীসকলক ‘ৱাক-ইন সাক্ষাৎকাৰ’ৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। সাক্ষাৎকাৰৰ গুৰুত্বপূৰ্ণ তথ্য (Interview Overview) বিৱৰণ (Details) তথ্যাৱলী (Information) প্ৰতিষ্ঠানৰ নাম … Read more