Assam Teacher Recruitment 2026: শিক্ষক পদৰ প্ৰাৰ্থীৰ বাবে জৰুৰী জাননী; ১০ মাৰ্চত হ’ব বিশেষ মেডিকেল ৰি-ভেৰিফিকেচন!

​অসম বাতৰি (গুৱাহাটী): অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে (Directorate of Secondary Education, Assam) ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ২৭ ডিচেম্বৰ ২০২৩ তাৰিখে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত যিসকল প্ৰাৰ্থীয়ে Post Graduate Teacher (PGT) আৰু Graduate Teacher (GT) পদৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ মাজৰ PWD (বিশেষভাৱে সক্ষম) শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে … Read more