Oil India Limited Result 2026: অইল ইণ্ডিয়া লিমিটেডৰ ‘Workpersons’ নিযুক্তিৰ চূড়ান্ত ফলাফল ঘোষণা; কেনেকৈ চেক কৰিব ৰিজাল্ট?
অসম বাতৰি (দুলীয়াজান): অয়েল ইণ্ডিয়া লিমিটেড (OIL), দুলীয়াজানে বিভিন্ন Workpersons পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ চূড়ান্ত ফলাফল (Final Result) ঘোষণা কৰিছে। ১৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে প্ৰকাশ পোৱা এক জাননী যোগে কৰ্তৃপক্ষই জনাইছে যে যোৱা ৩০ এপ্ৰিল ২০২৫ ত প্ৰকাশ পোৱা বিজ্ঞাপনৰ (Advt No. HRAQ/REC-WP-B/25/2025-76) ভিত্তিত এই ফলাফল প্ৰস্তুত কৰা হৈছে। নিযুক্তিৰ ফলাফলৰ সংক্ষিপ্ত বিৱৰণ … Read more