DLSA Tinsukia Recruitment 2026: তিনিচুকীয়া জিলা আইনী সেৱা প্ৰাধিকৰণত অফিচ এচিষ্টেণ্টৰ নিযুক্তি; জানক সবিশেষ।
অসম বাতৰি (কেৰিয়াৰ): তিনিচুকীয়া জিলা আইনী সেৱা প্ৰাধিকৰণৰ (DLSA) অধীনত থকা ‘Legal Aid Defense Counsel Scheme (Modified) 2022’ ৰ বাবে ঠিকাভিত্তিক অফিচ এচিষ্টেণ্ট (Office Assistant) পদৰ বাবে যোগ্য ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব। নিযুক্তিৰ গুৰুত্বপূৰ্ণ সময়সূচী (Important Dates) বিষয় তাৰিখ আৰু সময় আবেদন আৰম্ভ ১০ ফেব্ৰুৱাৰী, ২০২৬ (পুৱা … Read more