Golaghat Civil Hospital Recruitment 2026: গোলাঘাট অসামৰিক চিকিৎসালয়ত বিভিন্ন পদৰ নিযুক্তি; অনলাইনযোগে আবেদন কৰক!
অসম কেৰিয়াৰ (গোলাঘাট): গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ‘সম্পূৰ্ণ সুৰক্ষা ষ্ট্ৰেটেজী’ (Sampoorna Suraksha Strategy – SSS) কাৰ্যসূচীৰ অধীনত খালী হৈ থকা কেইবাটাও পদত নিযুক্তিৰ বাবে ব্ৰহ্মপুত্ৰ গ্ৰাম্য পুথিভঁৰাল সন্থাই আবেদন বিচাৰিছে। এই নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ’ব আৰু কেৱল গোলাঘাট জিলাৰ যোগ্য প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। পদৰ বিৱৰণ (Vacancy Details) প্ৰকল্পটোৰ অধীনত নিম্নলিখিত পদসমূহৰ … Read more