National Ayush Mission Assam Interview Schedule 2026: SPMU আৰু মেডিকেল অফিচাৰ পদৰ সাক্ষাৎকাৰৰ সময়সূচী ঘোষণা।
অসম বাতৰি (কেৰিয়াৰ): নেচনেল আয়ুষ মিছন (National Ayush Mission), অসমে বিভিন্ন SPMU আৰু মেডিকেল অফিচাৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বিতং সময়সূচী প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে অক্টোবৰ ২০২৫-ত এই পদসমূহৰ বাবে আবেদন কৰিছিল, তেওঁলোকৰ বাবে ৯ ফেব্ৰুৱাৰীৰ পৰা সাক্ষাৎকাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। সাক্ষাৎকাৰৰ বিতং সময়সূচী (Interview Schedule) পদৰ নাম (Name of Post) সাক্ষাৎকাৰৰ তাৰিখ স্থান … Read more