Nagaon LPG Ban Order: নগাঁৱত ডমেষ্টিক চিলিণ্ডাৰৰ বাণিজ্যিক ব্যৱহাৰত নিষেধাজ্ঞা; হোটেল-ধাবাত ঘৰুৱা চিলিণ্ডাৰ পালে হ’ব জেল-জৰিমনা!
অসম কেৰিয়াৰ (নগাঁও): নগাঁও জিলাৰ যিসকল ব্যৱসায়ীয়ে বাণিজ্যিক কামত ঘৰুৱা এলপিজি (Domestic LPG) চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে, তেওঁলোকলৈ সতৰ্কবাণী! নগাঁও জিলা দণ্ডাধীশৰ এক শেহতীয়া নিৰ্দেশ মৰ্মে এতিয়াৰে পৰা হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আৰু পথৰ কাষৰ দোকানসমূহত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিৰ্দেশনাটোৰ মূল … Read more