MSME YouTube Business Training 2026: ইউটিউবৰ পৰা লাখ লাখ টকা উপাৰ্জনৰ সোণালী সুযোগ! ভাৰত চৰকাৰৰ MSME-ৰ বিশেষ প্ৰশিক্ষণ; লওক চৰকাৰী চাৰ্টিফিকেট।
অসম বাতৰি (টেক ডেস্ক): আপুনি এজন সফল ইউটিউবাৰ হৈ ঘৰত বহিয়েই উপাৰ্জন কৰিব বিচাৰে নেকি? ভাৰত চৰকাৰৰ সূক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ (MSME) অধীনস্থ MSME Technology Centre-এ আগবঢ়াইছে ২ দিনীয়া এক বিশেষ YouTube Business Training। এই প্ৰশিক্ষণ সম্পূৰ্ণ অনলাইন পদ্ধতিৰে হ’ব আৰু সফল প্ৰাৰ্থীক ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণৰ সময়সূচী … Read more