SSA Kokrajhar Notice 2026: কোকৰাঝাৰৰ সকলো স্কুলৰ বাবে জৰুৰী নিৰ্দেশ; ১০ মাৰ্চৰ ভিতৰত SNA SPARSH-ত অন্তৰ্ভুক্ত হোৱাটো বাধ্যতামূলক!
অসম শিক্ষা সংবাদ (কোকৰাঝাৰ): কোকৰাঝাৰ জিলাৰ সমগ্ৰ শিক্ষা অভিযান (SSA) আৰু পি.এম পোচান (PM Poshan) আঁচনিৰ অধীনত থকা সকলো চৰকাৰী বিদ্যালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। জিলা মিছন সমন্বয়ক (DMC) তথা অতিৰিক্ত জিলা নডেল বিষয়া শ্ৰী জে. পি. ব্ৰহ্মই এক চৰকাৰী নিৰ্দেশ যোগে জিলাখনৰ সকলো স্কুলক SNA SPARSH প্ৰণালীৰ সৈতে সংলগ্ন হ’বলৈ নিৰ্দেশ দিছে। এই নতুন … Read more