SEBA/ASSEB HSLC Exam 2026: শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ জাননী! পৰীক্ষাৰ নিৰীক্ষক নিযুক্তিৰ নিয়ম সলনি।
অসম বাতৰি (শিক্ষা): ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) সুকলমে পৰিচালনা কৰাৰ বাবে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে (ASSEB) এক বিশেষ সংশোধনী (Corrigendum) জাৰি কৰিছে। যোৱা ৩০ জানুৱাৰী ২০২৬ তাৰিখে প্ৰকাশিত এই জাননী অনুসৰি, মেট্ৰিক পৰীক্ষাত নিৰীক্ষক (Invigilator) নিযুক্তিৰ পূৰ্বৰ নিয়ম এতিয়াৰে পৰা কাৰ্যকৰী নহ’ব। কি এই নতুন সালসলনি? (The Major Change) আগৰ নিৰ্দেশনাৱলীৰ PART-B … Read more