DEE Assam LP UP 2nd Merit List 2026: প্ৰাথমিক শিক্ষক নিযুক্তিৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ; ৫ মাৰ্চৰ আগতে কৰিব লাগিব এই কাম!
অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে (DEE Assam) নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) শিক্ষক নিযুক্তিৰ বাবে বহুপ্ৰত্যাশিত ২য় সাময়িক মেধা তালিকা (2nd Provisional Merit List) প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে ২০২৫ চনৰ বিজ্ঞাপন অনুসৰি আবেদন কৰিছিল, তেওঁলোকে এতিয়া অফিচিয়েল ৱেবছাইটত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। মেধা তালিকা আৰু গুৰুত্বপূৰ্ণ সময়সূচী (Important Dates) … Read more