Golaghat Power Plant Recruitment 2026: গোলাঘাটত পাৱাৰ প্লেণ্টত বিভিন্ন পদত বৃহৎ নিযুক্তি; মেনেজাৰৰ পৰা টেকনিচিয়ানলৈকে সুযোগ, এতিয়াই আবেদন কৰক!
অসম কেৰিয়াৰ (গোলাঘাট): গোলাঘাট জিলাৰ সমীপত অৱস্থিত এটা আগশাৰীৰ পাৱাৰ প্লেণ্টত কাৰ্যক্ষম আৰু ৰক্ষণাবেক্ষণ (Operations & Maintenance) শাখাৰ বাবে বিভিন্ন খালী পদত নিযুক্তিৰ জাননী প্ৰকাশ পাইছে। এই নিযুক্তিৰ বাবে নূন্যতম ৪ বছৰৰ পৰা ১২ বছৰ পৰ্যন্ত অভিজ্ঞতা থকা প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। পদৰ সবিশেষ আৰু অৰ্হতা (Post Details) এই নিয়োগ প্ৰক্ৰিয়াত সৰু-বৰ ১৫ … Read more