DLSA Sonitpur Recruitment 2026: শোণিতপুৰ জিলা আইনী সেৱা প্ৰাধিকৰণত নিযুক্তি; মাহিলী ২৫,০০০ টকা দৰমহাত অফিচ এছিষ্টেণ্টৰ পদ খালী!
অসম কেৰিয়াৰ (তেজপুৰ): শোণিতপুৰ জিলা ন্যায়পালিকাৰ অধীনস্থ জিলা আইনী সেৱা প্ৰাধিকৰণৰ (DLSA) অধ্যক্ষ তথা জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে এক নিযুক্তিৰ জাননী প্ৰকাশ কৰিছে। Legal Aid Defense Counsel System (LADCS) ৰ অধীনত সম্পূৰ্ণ ঠিকাভিত্তিক ভাৱে এজন অফিচ এছিষ্টেণ্ট (Office Assistant) নিযুক্তি দিয়া হ’ব। পদৰ চমু বিৱৰণ (Job Highlights) বিৱৰণ (Details) তথ্যাৱলী (Information) প্ৰতিষ্ঠানৰ নাম জিলা … Read more