Lakhimpur Medical College Interview Postponed 2026: লখিমপুৰ মেডিকেল কলেজৰ ৫ মাৰ্চৰ ইণ্টাৰভিউ স্থগিত; জানক কিয় ল’লে এই সিদ্ধান্ত!
অসম বাতৰি (উত্তৰ লখিমপুৰ): লখিমপুৰ মেডিকেল কলেজ আৰু হাস্পতাল (LMCH) কৰ্তৃপক্ষই এক জৰুৰী জাননী যোগে জনাইছে যে অহা ৫ মাৰ্চ ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া Walk-In-Interview বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে। ASSIST প্ৰকল্পৰ অধীনত বিভিন্ন পদৰ বাবে এই সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ কথা আছিল। সাক্ষাৎকাৰ স্থগিত হোৱাৰ কাৰণ (Reason for Postponement) প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকৰ কাৰ্যালয়ৰ … Read more