KV RRL Jorhat Recruitment 2026: যোৰহাট কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকৰ বৃহৎ নিযুক্তি; জানক সাক্ষাৎকাৰৰ সময়সূচী।
অসম বাতৰি (কেৰিয়াৰ): যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কেন্দ্ৰীয় বিদ্যালয় আৰ.আৰ.এল (KV RRL Jorhat)-এ ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষক আৰু প্ৰশিক্ষকৰ এটা পেনেল প্ৰস্তুত কৰিবলৈ ৱাক-ইন-ইণ্টাৰভিউ (Walk-in-Interview) আহ্বান কৰিছে। এই নিযুক্তিসমূহ সম্পূৰ্ণৰূপে ঠিকাভিত্তিক আৰু প্ৰয়োজন সাপেক্ষে (Contractual & Need-based) হ’ব। পদ আৰু বিষয়সমূহ (Vacancy Details) এই নিযুক্তিৰ জৰিয়তে তলত দিয়া পদসমূহৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব: … Read more