SSA Baksa Recruitment 2026: বাক্সা জিলাৰ KGBV আৰু আৱাসিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি; মাহিলী ২৩,০০০ টকা লৈকে দৰমহা!
অসম বাতৰি (বাক্সা): সমগ্ৰ শিক্ষা অসম (SSA), বাক্সা জিলাৰ অধীনত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (KGBV) আৰু নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ত (NSCBAV) খালী থকা সহকাৰী শিক্ষকৰ পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। এই নিযুক্তি সম্পূৰ্ণ ১১ মাহৰ বাবে চুক্তিভিত্তিক হ’ব। নিৰ্বাচিত প্ৰাৰ্থীসকলে বিদ্যালয়ৰ হোষ্টেল বা কেম্পাছত থকাটো বাধ্যতামূলক। পদৰ সবিশেষ আৰু দৰমহা (Vacancy … Read more