ASDMA Recruitment 2026: দিছপুৰ জনতা ভৱনৰ ASDMA কাৰ্যালয়ত নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব?

ASDMA Recruitment 2026

অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA), দিছপুৰৰ অধীনত কনিষ্ঠ প্ৰশাসনিক সহকাৰী (Junior Administrative Assistant) পদত নিযুক্তিৰ বাবে এক জাননী প্ৰকাশ পাইছে। এই নিযুক্তি সম্পূৰ্ণ চুক্তিভিত্তিক (Contractual Basis) হ’ব। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলক অফলাইনযোগে আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। পদৰ সবিশেষ (Vacancy Details) পদৰ নাম কনিষ্ঠ প্ৰশাসনিক সহকাৰী (JAA) মুঠ পদ ০১ টা … Read more