ASTEC Recruitment 2026: অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদত নিযুক্তি; কনিষ্ঠ সহকাৰী পদৰ বাবে অনলাইন আবেদন আৰম্ভ!
অসম কেৰিয়াৰ (গুৱাহাটী): অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদে (ASTEC) খালী হৈ থকা কনিষ্ঠ সহকাৰী (Junior Assistant) আৰু কনিষ্ঠ হিচাপ সহকাৰী (Junior Accounts Assistant) পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। গুৱাহাটীৰ বিজ্ঞান ভৱনত কাম কৰিবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Vacancy Details) মুঠ ৪টা … Read more