Army Public School Jorhat Recruitment 2026: শিক্ষক আৰু কৰ্মচাৰীৰ পদত নিযুক্তি
যোৰহাট জিলাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক সুন্দৰ সুযোগ আহি পৰিছে। শেহতীয়াকৈ Army Public School Jorhat Recruitment 2026 ৰ অধীনত বিভিন্ন শিক্ষক আৰু প্ৰশাসনিক পদৰ বাবে অফিচিয়েল বিজ্ঞাপন মুকলি কৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে যোৰহাট আৰ্মী পাব্লিক স্কুলত খালী হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ পদ পূৰণ কৰা হ’ব। এই প্ৰবন্ধটোত আমি এই পদসমূহৰ বাবে কেনেকৈ আবেদন …