AHSEC HS 1st Year Exam 2026: পৰীক্ষাৰ নিয়ম আৰু নিৰ্দেশনাৱলী; ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।

অসম বাতৰি (শিক্ষা): অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (AHSEC) অধীনত ২০২৬ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ (HS 1st Year) পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ জানিবলগীয়া আছে। যদিও ব’ৰ্ডে সময় সাপেক্ষে জাননী জাৰি কৰে, সাধাৰণ নীতি-নিৰ্দেশনাসমূহ তলত আলোচনা কৰা হ’ল। ​পৰীক্ষাৰ সময়সূচী আৰু গুৰুত্বপূৰ্ণ তথ্য (Overview) বিষয় বিৱৰণ পৰীক্ষাৰ … Read more