ASSEB Holi Holiday Correction 2026: অসমত ফাকুৱাৰ বন্ধৰ দিন সলনি; ৪ মাৰ্চৰ পৰিৱৰ্তে ৩ মাৰ্চতহে হ’ব ছুটি!
অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডৰ (ASSEB, Division-I) তৰফৰ পৰা এক জৰুৰী জাননী প্ৰকাশ কৰি চলিত ২০২৫-২৬ বৰ্ষৰ শৈক্ষিক কেলেণ্ডাৰত থকা ফাকুৱাৰ বন্ধৰ দিনটো সংশোধন কৰা হৈছে। পূৰ্বে নিৰ্ধাৰিত দিনটোৰ পৰিৱৰ্তে এতিয়া নতুন দিনতহে ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ থাকিব। বন্ধৰ দিনৰ সংশোধন (The Correction) অসম চৰকাৰৰ বন্ধৰ তালিকাৰ (Govt Holiday List) সৈতে সংগতি ৰাখি … Read more