Dibrugarh University Recruitment 2026: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ নিযুক্তি; জানক সাক্ষাৎকাৰৰ সবিশেষ।

Dibrugarh University Assistant Professor Walk-in Interview 2026 Notification

অসম বাতৰি (কেৰিয়াৰ): ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ ‘Centre for Studies in Philosophy’ বিভাগত খালী থকা সহকাৰী অধ্যাপক (Assistant Professor) পদত নিযুক্তিৰ বাবে এক ৱাক-ইন-ইণ্টাৰভিউ (Walk-in-Interview) আহ্বান কৰিছে। এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব। নিযুক্তিৰ মৌলিক তথ্য (Job Overview) বিষয় সবিশেষ তথ্য প্ৰতিষ্ঠানৰ নাম ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University) পদৰ নাম সহকাৰী অধ্যাপক (Assistant Professor) বিভাগ দৰ্শন শাস্ত্ৰ অধ্যয়ন … Read more