Golaghat Civil Hospital Recruitment 2026: গোলাঘাট অসামৰিক চিকিৎসালয়ত বিভিন্ন পদৰ নিযুক্তি; অনলাইনযোগে আবেদন কৰক!

​অসম কেৰিয়াৰ (গোলাঘাট): গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ‘সম্পূৰ্ণ সুৰক্ষা ষ্ট্ৰেটেজী’ (Sampoorna Suraksha Strategy – SSS) কাৰ্যসূচীৰ অধীনত খালী হৈ থকা কেইবাটাও পদত নিযুক্তিৰ বাবে ব্ৰহ্মপুত্ৰ গ্ৰাম্য পুথিভঁৰাল সন্থাই আবেদন বিচাৰিছে। এই নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ’ব আৰু কেৱল গোলাঘাট জিলাৰ যোগ্য প্ৰাৰ্থীসকলেহে আবেদন কৰিব পাৰিব। ​পদৰ বিৱৰণ (Vacancy Details) ​প্ৰকল্পটোৰ অধীনত নিম্নলিখিত পদসমূহৰ … Read more