Dinesh Goswami Flyover Inauguration: ৪ মাৰ্চত মুকলি হ’ব ভৰলুমুখৰ দিনেশ গোস্বামী উৰণীয়া সেতু; যান-জঁটৰ পৰা চিৰদিনলৈ সকাহ পাব গুৱাহাটীবাসীয়ে!
অসম বাতৰি (গুৱাহাটী): গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি অহা ৪ মাৰ্চ ২০২৬ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব ভৰলুমুখস্থিত ‘দিনেশ গোস্বামী উৰণীয়া সেতু’ (Dinesh Goswami Flyover)। অসম চৰকাৰৰ এক বিশেষ উদ্যোগত নিৰ্মাণ কৰা এই উৰণীয়া সেতুখনে ভৰলুমুখ আৰু ইয়াৰ আশ-পাশৰ অঞ্চলৰ তীব্ৰ যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা কৰা হৈছে। উৰণীয়া … Read more