River Lighthouse Project Assam 2026: ব্ৰহ্মপুত্ৰত ৮৪ কোটি টকীয়া নদী লাইটহাউচ প্ৰকল্প; ৪খন চহৰত সলনি হ’ব জলপথৰ দৃশ্যপট!

​অসম বাতৰি (গুৱাহাটী): অসমৰ আভ্যন্তৰীণ জলপথ পৰিবহণ ব্যৱস্থাক আধুনিকীকৰণ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত আৰম্ভ কৰিছে এক অভিলাষী আঁচনি। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত অসমৰ ৪টা স্থানত স্থাপন কৰা হ’ব অত্যাধুনিক নদী লাইটহাউচ। আজি ৫ মাৰ্চ ২০২৬ তাৰিখে গুৱাহাটীৰ পাণ্ডু ঘাটত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই … Read more