Bongaigaon Refinery HS School Recruitment 2026: বঙাইগাঁও ৰিফাইনেৰী হায়াৰ চেকেণ্ডাৰী স্কুলত শিক্ষকৰ নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব।
অসম বাতৰি (কেৰিয়াৰ): চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও ৰিফাইনেৰী হায়াৰ চেকেণ্ডাৰী স্কুলত (Bongaigaon Refinery H.S. School) বিভিন্ন খালী পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। টিজিটি (TGT), প্ৰাইমেৰী শিক্ষক আৰু সংগীত শিক্ষকৰ পদৰ বাবে মাৰ্চ মাহত গুৱাহাটীত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। পদৰ সবিশেষ আৰু সাক্ষাৎকাৰৰ সময়সূচী (Vacancy Details) ক্ৰমিক নং পদৰ নাম অৰ্হতা সাক্ষাৎকাৰৰ … Read more