AEI Guwahati Admission 2026: অষ্টম আৰু দশম শ্ৰেণী উত্তীৰ্ণৰ পৰা ডিপ্ল’মালৈ; অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত চৰকাৰী স্কিল ট্ৰেইনিং আৰম্ভ!
অসম কেৰিয়াৰ (গুৱাহাটী): আপুনি কম সময়ৰ ভিতৰতে কোনো কাৰিকৰী দক্ষতা (Skill) আয়ত্ত কৰি স্বাৱলম্বী হ’ব বিচাৰে নেকি? গুৱাহাটীৰ চানমাৰীস্থিত প্ৰখ্যাত চৰকাৰী শিক্ষানুষ্ঠান অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট (AEI)-এ বিভিন্ন স্কিল ডেভেলপমেন্ট ট্ৰেইনিং ক’ৰ্চৰ বাবে নামভৰ্তিৰ জাননী জাৰি কৰিছে। এই প্ৰশিক্ষণসমূহ অহা ২৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব। ক’ৰ্চৰ সবিশেষ আৰু অৰ্হতা (Course Details & Eligibility) অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটে … Read more