APSC Grade-IV Interview 2026: এপিএছচি গ্ৰেড-৪ সাক্ষাৎকাৰৰ সময়সূচী ঘোষণা; জানক কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড?

APSC Grade-IV Interview 2026

অসম বাতৰি (গুৱাহাটী): অসম লোকসেৱা আয়োগে (APSC) গ্ৰেড-৪ পদৰ নিযুক্তিৰ বাবে Phase-I Screening Test (OMR Based)-ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰৰ দিন ঘোষণা কৰিছে। শেহতীয়া এক জাননী (No. 79PSC/Estt-11/2025-2026) যোগে আয়োগে জনাইছে যে অহা ১০ মাৰ্চৰ পৰা সাক্ষাৎকাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। সাক্ষাৎকাৰৰ সময়সূচী (Interview Schedule Table) বিৱৰণ তথ্য প্ৰতিষ্ঠানৰ নাম অসম লোকসেৱা আয়োগ (APSC) পদৰ নাম … Read more