Assam School Calendar 2026 PDF: Download বন্ধৰ তালিকা আৰু Date

অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ে প্ৰতি বছৰে শৈক্ষিক বৰ্ষটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন একাডেমিক কেলেণ্ডাৰ মুকলি কৰে। Assam School Calendar 2026 PDF ফাইলটোত এপ্ৰিল ২০২৬ ৰ পৰা মাৰ্চ ২০২৭ লৈকে সমগ্ৰ শৈক্ষিক বৰ্ষটোৰ বিৱৰণ থাকে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পঢ়া-শুনাৰ ৰুটিন আৰু পৰীক্ষাৰ প্ৰস্তুতি আগতীয়াকৈ কৰিব পাৰে। অসমৰ বতৰ আৰু উৎসৱসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই কেলেণ্ডাৰখন …

Read more