Assam Police Recruitment 2026: অসম আৰক্ষীৰ নিযুক্তিৰ বয়সৰ ৰেহাই আৰু অনলাইন আবেদনৰ প’ৰ্টেল পুনৰ মুকলি; জানক সবিশেষ।

​অসম বাতৰি (কেৰিয়াৰ): অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে (SLPRB) বিভিন্ন বিভাগৰ অধীনত চলি থকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে এক অতি গুৰুত্বপূৰ্ণ জাননী (Corrigendum) প্ৰকাশ কৰিছে। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে উচ্চতম বয়সৰ সীমা ১ বছৰ বৃদ্ধি কৰা হৈছে আৰু যাৰ বাবে অনলাইন আবেদনৰ প’ৰ্টেল পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অসম আৰক্ষীত ১ বছৰৰ বয়সৰ ৰেহাই: … Read more

SLPRB Assam Recruitment 2026: সাৱধান! অনলাইন আবেদনৰ শেষ তাৰিখ সলনি হ’ল; এতিয়া ৮ ফেব্ৰুৱাৰীৰ ভিতৰত কৰক আবেদন।

অসম বাতৰি (নিযুক্তি): অসম আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা হাজাৰ হাজাৰ পদৰ বাবে চলি থকা অনলাইন আবেদন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। ১৯ জানুৱাৰী ২০২৬ তাৰিখে SLPRB-য়ে জাৰি কৰা এক নতুন নিৰ্দেশনা (Corrigendum) অনুসৰি, আবেদনৰ অন্তিম তাৰিখ আগতকৈ চমু কৰি দিয়া হৈছে। ​আটাইতকৈ ডাঙৰ পৰিৱৰ্তন: আবেদনৰ নতুন সময়সূচী ​পূৰ্বৰ জাননী … Read more