Golaghat Fishery Cooperative Society Recruitment 2026: গোলাঘাট ফিচাৰী ছচাইতীত সম্পাদকৰ নিযুক্তি; স্নাতক উত্তীৰ্ণসকলে আবেদন কৰক!
অসম কেৰিয়াৰ (গোলাঘাট): গোলাঘাট জিলাৰ অন্যতম চৰকাৰী পঞ্জীয়নভুক্ত সমবায় প্ৰতিষ্ঠান গোলাঘাট ফিচাৰী কো-অপাৰেটিভ ছচাইটী লিমিটেডত খালী হৈ থকা সম্পাদক (Secretary) পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। এই নিযুক্তি চুক্তিভিত্তিক বা নিযুক্তি ভিত্তিত (Appointment Basis) হ’ব। পদৰ সবিশেষ (Job Overview) বিৱৰণ (Details) তথ্যাৱলী (Information) প্ৰতিষ্ঠানৰ নাম গোলাঘাট ফিচাৰী কো-অপাৰেটিভ ছচাইটী লিমিটেড পদৰ নাম … Read more