SSK Barpeta Recruitment 2026: বৰপেটা মেডিকেল কলেজত মেনেজাৰ আৰু আউটৰিচ ৱৰ্কাৰৰ নিযুক্তি; এতিয়াই আবেদন কৰক!
কেৰিয়াৰ নিউজ (বৰপেটা): অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ (ASACS) সমৰ্থনত আৰু ভলুবেণ্টাৰী হেল্থ চাৰ্ভিচেছ এছ’চিয়েচনৰ (VHSA) অধীনত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত (FAAMCH) থকা সম্পূৰ্ণ সুৰক্ষা কেন্দ্ৰৰ (SSK) বাবে খালী থকা কেইবাটাও পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে। পদৰ সবিশেষ আৰু খালী আসন (Vacancy Details) এই নিযুক্তিৰ জৰিয়তে তলত দিয়া পদসমূহ পূৰণ কৰা … Read more